tag:blogger.com,1999:blog-3696975320078985788.post4374064827322055703..comments2024-01-18T21:05:00.903-08:00Comments on Assamese Cultural Writing: কবি আৰু আধুনিকতাবাদৰ পুহকৰSamudra Kajal Saikiahttp://www.blogger.com/profile/17311603159801405779noreply@blogger.comBlogger3125tag:blogger.com,1999:blog-3696975320078985788.post-83525348648654232016-08-20T07:22:44.745-07:002016-08-20T07:22:44.745-07:00লিখনিটো দীঘলীয়া যদিও অকণো আমনিদায়ক নহয় ৷ বৰঞ্চ ...লিখনিটো দীঘলীয়া যদিও অকণো আমনিদায়ক নহয় ৷ বৰঞ্চ কিছু কিছু ক্ষেত্ৰত অধিক বিস্তাৰ দাবী কৰে ৷ অসমীয়া কবিতাৰ ইতিহাস আধুনিকতাবাদৰ পৰা উত্তৰ - আধুনিকতাবাদলৈ, কলাৰ বিবিধ তত্ব অনুধাৱন কৰি তাৰ আলোকত নীলিম কুমাৰক বিশ্লেষণ; হীৰেন ভট্টাচাৰ্য, ৰফিকুল হোছেইনৰ কবিতা সম্পৰ্কে দিয়া মন্তব্য পঢ়ি আপ্লুত হ'লোঁ ৷ পাৰ্ফৰমেন্স আৰ্টৰ কথা জানিব পাৰি উপকৃত হৈছোঁ ৷ বালিত কবিতা লিখা, প্ৰকাশিত কবিতাপুথি লুইতৰ পাৰত এৰি থৈ অহা, ১০০ পৃষ্ঠাৰ উকা কাগজেৰে কবিতাপুথি প্ৰকাশেৰে পৰীক্ষা - নিৰীক্ষা কৰিবলৈ কোৱা কাৰ্য উদ্ভট যেন লাগিলেও অৰ্থবহ আৰু আমোদজনক ৷ লেখক সমুদ্ৰ কাজল শইকীয়াৰ ভাষা ইংগিতধৰ্মী, ঠায়ে ঠায়ে তীব্ৰ বক্ৰোক্তি থকা বাবে অধিকসংখ্যক পাঠকে তাৰ মজ্জাত সোমাবলৈ টান পাব ৷ তেখেতৰ নিচিনা শিল্প - সাহিত্যৰ সামগ্ৰিক দৃষ্টি খুউব কমসংখ্যক লোকৰ মাজতহে দেখা পোৱা যায় ৷ অসমত থকা সৃষ্টিশীল নৱ প্ৰজন্মক বাট দেখুৱাবলৈ তেখেত ভৱিষ্যতে সমালোচক হৈ ওলাই অহাটো কামনা কৰোঁ ৷Samsul Haquenoreply@blogger.comtag:blogger.com,1999:blog-3696975320078985788.post-79144019349018450512016-08-20T04:50:44.583-07:002016-08-20T04:50:44.583-07:00লিখনিটো দীঘলীয়া যদিও অকণো আমনিদায়ক নহয় ৷ বৰঞ্চ ...লিখনিটো দীঘলীয়া যদিও অকণো আমনিদায়ক নহয় ৷ বৰঞ্চ কিছু কিছু ক্ষেত্ৰত অধিক বিস্তাৰ দাবী কৰে ৷ অসমীয়া কবিতাৰ ইতিহাস আধুনিকতাবাদৰ পৰা উত্তৰ - আধুনিকতাবাদলৈ, কলাৰ বিবিধ তত্ব অনুধাৱন কৰি তাৰ আলোকত নীলিম কুমাৰক বিশ্লেষণ; হীৰেন ভট্টাচাৰ্য, ৰফিকুল হোছেইনৰ কবিতা সম্পৰ্কে দিয়া মন্তব্য পঢ়ি আপ্লুত হ'লোঁ ৷ পাৰ্ফৰমেন্স আৰ্টৰ কথা জানিব পাৰি উপকৃত হৈছোঁ ৷ বালিত কবিতা লিখা, প্ৰকাশিত কবিতাপুথি লুইতৰ পাৰত এৰি থৈ অহা, ১০০ পৃষ্ঠাৰ উকা কাগজেৰে কবিতাপুথি প্ৰকাশেৰে পৰীক্ষা - নিৰীক্ষা কৰিবলৈ কোৱা কাৰ্য উদ্ভট যেন লাগিলেও অৰ্থবহ আৰু আমোদজনক ৷ লেখক সমুদ্ৰ কাজল শইকীয়াৰ ভাষা ইংগিতধৰ্মী, ঠায়ে ঠায়ে তীব্ৰ বক্ৰোক্তি থকা বাবে অধিকসংখ্যক পাঠকে তাৰ মজ্জাত সোমাবলৈ টান পাব ৷ তেখেতৰ নিচিনা শিল্প - সাহিত্যৰ সামগ্ৰিক দৃষ্টি খুউব কমসংখ্যক লোকৰ মাজতহে দেখা পোৱা যায় ৷ অসমত থকা সৃষ্টিশীল নৱ প্ৰজন্মক বাট দেখুৱাবলৈ তেখেত ভৱিষ্যতে সমালোচক হৈ ওলাই অহাটো কামনা কৰোঁ ৷Samsul Haquenoreply@blogger.comtag:blogger.com,1999:blog-3696975320078985788.post-7449577787614153142016-08-20T04:39:18.602-07:002016-08-20T04:39:18.602-07:00লিখনিটো দীঘলীয়া যদিও অকণো আমনিদায়ক নহয় ৷ বৰঞ্চ ...লিখনিটো দীঘলীয়া যদিও অকণো আমনিদায়ক নহয় ৷ বৰঞ্চ কিছু কিছু ক্ষেত্ৰত অধিক বিস্তাৰ দাবী কৰে ৷ অসমীয়া কবিতাৰ ইতিহাস আধুনিকতাবাদৰ পৰা উত্তৰ - আধুনিকতাবাদলৈ, কলাৰ বিবিধ তত্ব অনুধাৱন কৰি তাৰ আলোকত নীলিম কুমাৰক বিশ্লেষণ; হীৰেন ভট্টাচাৰ্য, ৰফিকুল হোছেইনৰ কবিতা সম্পৰ্কে দিয়া মন্তব্য পঢ়ি আপ্লুত হ'লোঁ ৷ পাৰ্ফৰমেন্স আৰ্টৰ কথা জানিব পাৰি উপকৃত হৈছোঁ ৷ বালিত কবিতা লিখা, প্ৰকাশিত কবিতাপুথি লুইতৰ পাৰত এৰি থৈ অহা, ১০০ পৃষ্ঠাৰ উকা কাগজেৰে কবিতাপুথি প্ৰকাশেৰে পৰীক্ষা - নিৰীক্ষা কৰিবলৈ কোৱা কাৰ্য উদ্ভট যেন লাগিলেও অৰ্থবহ আৰু আমোদজনক ৷ লেখক সমুদ্ৰ কাজল শইকীয়াৰ ভাষা ইংগিতধৰ্মী, ঠায়ে ঠায়ে তীব্ৰ বক্ৰোক্তি থকা বাবে অধিকসংখ্যক পাঠকে তাৰ মজ্জাত সোমাবলৈ টান পাব ৷ তেখেতৰ নিচিনা শিল্প - সাহিত্যৰ সামগ্ৰিক দৃষ্টি খুউব কমসংখ্যক লোকৰ মাজতহে দেখা পোৱা যায় ৷ অসমত থকা সৃষ্টিশীল নৱ প্ৰজন্মক বাট দেখুৱাবলৈ তেখেত ভৱিষ্যতে সমালোচক হৈ ওলাই অহাটো কামনা কৰোঁ ৷Samsul Haquenoreply@blogger.com