ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Monday, December 15, 2014

কৰ্মশালাৰ কৰ্ম-পদ্ধতি আৰু কাৰ্যসূচী - 'অসমীয়াত লেখা-মেলা'

Workshop Work-plan and Schedule
কৰ্মশালাৰ কৰ্ম-পদ্ধতি আৰু কাৰ্যসূচী
Axomiyat Lekha-Mela
অসমীয়াত লেখা-মেলা
An intense and intimate workshop on Creative Writing in Assamese language
for the people living in Delhi, NINE SCHOOLS OF ART, New Delhi
অসমীয়া ভাষাত সাহিত্য চৰ্চাৰ এখনি অনুষ্টুপ আৰু অন্তৰংগ কৰ্মশালা
বয়সৰ সীমা নাই পোন্ধৰ বছৰ বয়সৰ উৰ্দ্ধ আৰু অনুৰ্দ্ধ ভাগলওতা সকলৰ বাবে সুকীয়া ব্যৱস্থা আছে
কৰ্মশালাৰ দিন- ১৯, ২০ আৰু ২১ ডিচেম্বৰ, ২০১৪, সময়- প্ৰতিদিনে বিয়লি ২-ৰ পৰা ৬ বজালৈ
বৰঙণী- ২০০০ টকা
কৰ্মশালাৰ স্থান - NINE Schools of Art, 253, A/3C, 2nd Floor, Shahpur Jat, New Delhi - 110049
যোগাযোগ +91 9811375594, 9910583616, E: nine.schools.of.art@gmail.com
https://www.facebook.com/events/324297901107322/

NINE SCHOOLS OF ART
Samudra Kajal Saikia, Srishti Shreyam, Rahul Bhattacharya, Abha Sheth, Moumita Ghosh

সময় Time
বিষয় বস্তু Theme
বিষয়ৰ চমু বিবৰণ Details of Subject
১৯/ ১২/ ১৪, শুক্ৰবাৰ, প্ৰথম দিন:
"ব্ৰহ্মাণ্ডক মোৰ নমস্কা..."
২-০০ - ২-৩০
পৰিচয় শিতান/ Introduction
নাইন স্কুলছ্ অফ্ আৰ্টৰ পৰিচয় About Nine Schools of Art
২-৩০ - ৩-৩০
কৰ্মশালাৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা
Aims and Objective of the Workshop
বহিৰ্প্ৰদেশত মাতৃভাষা চৰ্চাৰ প্ৰাসঙ্গিকতা 'Mother Tongue' outside the Mother Land
দিল্লীত অসমীয়া সাহিত্য-চৰ্চাৰ খতিয়ান আৰু সম্ভাবনা
Practicing Assamese Literature in Delhi: an account and future prospects
আমি কথা পতাটো কিয় জৰুৰী- যিবোৰ কথা আমি চৰকাৰী অথবা জাতীয়তাবাদী ক্ষেত্ৰত পাতিব নোৱাৰোঁ The importance of generating a dialogue: Matters outside the Nation-State and the Regional Nationalism
৩-৩০ - ৩-৪০
চাহ tea
৩-৪০ - ৪-৪০
অভ্যাস আৰু খচৰা
Exercises, Games and drafts
মাতৃভাষা সম্পৰ্কীয় ব্যক্তিগত লেখন [ঐচ্ছিক শাখা সমূহ- আত্মজীবনীমূলক লেখা, ব্লগ-ৰাইটিং, চিঠি, এক-মিনিটৰ গল্প বা ফ্লেছ-ফিক্চন, প্রশস্তি বা বন্দনা]
Writing about Mother Tongue [elective sections: autobiographical notes, Blog writing, Letter writing, flash fiction, Ode]
৪-৪০ - ৫-১৫
অসমীয়া ভাষাৰ প্ৰয়োগ- ইতিহাস আৰু সঞ্চাৰ Applied Assamese:
History and progression
যুগ সাপেক্ষে গতি-বিধি Progression across the ages
ব্যক্তি বিশেষে গতি বিধি Characteristics of Individual Writers
বাহ্যিক কাৰকৰ প্ৰভাব- বিদেশী মূলৰ প্ৰভাব Outside influences
আর্থসামাজিক কাৰক সমূহ Socio-economic factors
৫-১৫ - ৫-৪৫
উত্তৰ-কৰ্মশালা ফলাফলৰ ৰেহ-ৰূপ সম্পৰ্কে আলোচনা Discussion on the workshop Outcome
৫-৪৫ - ৬-০০
পুণৰীক্ষণ- self evaluation
আলোচনা Discussion
আমাৰ কাপোৰ কাণি ক'লা হ'ল [happily ever after...]
২০/ ১২/ ১৪, শনিবাৰ, দ্বিতীয় দিন,
"কিন কিন হেঙুলীয়াৰ মাজত হঠাত উধাও..."
২-০০ - ২-৩০
পাঠ
Reading
ড০ বাণীকান্ত কাকতি সম্পৰ্কে ড০ মহেশ্বৰ নেওগ
Dr Maheshwar Neog on Dr. Banikanta Kakoty
পাঠ সমীক্ষা [Textual Criticism]
২-৩০ - ৩-৩০
ভাষাৰ সংজ্ঞা ১-
মানুহৰ মুখৰ মাত কথা
What is a Language I:
Spoken words of Human Race

অসমীয়া ভাষাৰ কালিকাঃ জতুৱা ঠাঁচ আৰু অন্যান্য বৈশিষ্ট্য
Characteristics of Assamese Language
প্ৰয়োগ আৰু অপপ্ৰয়োগ Uses: Phrases and Idioms
ভাষাৰ সংজ্ঞা ২ - ফৰ্মৰ নিজস্ব ভাষা
What is a Language II:
Form and Shape

বুজাপৰা- ছবিৰ ভাষা, সঙ্গীতৰ ভাষা, নাটকৰ ভাষা বুলিলে আমি কি বুজোঁ?
What do we exactly mean when we say 'language of art/ music/ theatre?'
ৰূপ আৰু বিষয়বস্তু সম্পৰ্ক Relation between Form and Content
অসমীয়া সাহিত্যত ফৰ্ম সম্পৰ্কীয় পৰীক্ষা নিৰীক্ষা
Formal experiments in Assamese Literature
মাৰ্ক্সবাদী আলোচনা আৰু অন্যান্য সমালোচনাৰ ভূমিকা
Marxist criticism and other aesthetics
৩-৩০ - ৩-৪০
চাহ tea
৩-৪০ - ৪-৪০
অভ্যাস আৰু খচৰা
Exercises, Games and drafts
একেটা বিষয়বস্তুৰ ভিন্ন ফৰ্ম বা ৰূপৰ পৰীক্ষণ
Diverged formal exercise with same given content
৪-৪০ - ৫-১৫
ননচেন্স
Let's Talk Nonsense
ননচেন্স সাহিত্য কি? What is nonsense-Literature?
ননচেন্স সাহিত্যৰ গুৰুত্ব Importance of nonsense in literature
অসমীয়া সাহিত্যত ননচেন্স সাহিত্যৰ অভাব কিয়
How and when the nonsense lost the sense?
৫-১৫ - ৫-৪৫
শিশু সাহিত্য বনাম শিশুৰ সাহিত্য Children Literature v/s Literature for Children
৫-৪৫ - ৬-০০
পুণৰীক্ষণ- self evaluation
আলোচনা Discussion
আমাৰ কাপোৰ কাণি ক'লা হ'ল [happily ever after...]
২১/ ১২/ ১৪, দেওবাৰ, তৃতীয় দিন,
"তামোলৰ ঢকুৱা, জোনাকী পৰুৱা..."
২-০০ - ২-৩০
অনুবাদ-ভাবনা On Translation
তুলনামূলক ভাষা আৰু তুলনামূলক সাহিত্য
Comparative Language and Comparative Literature
সংঘাত আৰু সম্ভাবনা, Conflict and promise
২-৩০ - ৩-৩০
ছন্দ ভাবনা Rhyme-sense
ছন্দহীনতাত অসমীয়া আধুনিকতা - বিপৰ্যয়ৰ অনন্য কাৰণ
The lost rhymes in Assamese Modernism: misfortune
ছন্দ-প্ৰকৰণ- কবিতাৰ দেহবিচাৰ Rhyme patterns: structural analysis of verses
চাৰিজন কবি আৰু বৈচিত্ৰ্য
Four most influential poets and diversity of style
হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন, বকান্ত বৰুৱা, কেশৱ মহন্ত
Hiren Bhattacharya, Nilamani Phukan, Navakanta Baruah, Keshav Mahanta
৩-৩০ - ৩-৪০
চাহ/ tea
৩-৪০ - ৪-৪০
অভ্যাস আৰু খচৰা
Exercises, Games and drafts
প্রদত্ত ছন্দ প্রকরণেরে ব্যঞ্জণ Rhythmic Games
৪-৪০ - ৫-১৫
লোক সাহিত্য Folklore
সংৰক্ষণ আৰু আৰ্কাইভৰ গুৰুত্ব Achieve
ফর্মর বৈচিত্র - সহজ অথচ অসহজ Variety of forms: easy but not so easy
সামূহিক চেতনা Collective consciousness
৫-১৫ - ৫-৪৫
অসমীয়া সাহিত্যত মেজিক ৰিয়েলিজম আৰু উত্তৰ আধুনিকতাবাদ
Magic realism and Post Modernism in Assamese Literature
৫-৪৫ - ৬-০০
পুণৰীক্ষণ- self evaluation
আলোচনা Discussion
আমাৰ কাপোৰ কাণি ক'লা হ'ল [happily ever after...]

Moderators:
Abha Seth taught at MS University of Baroda and also in at the Jawarharlal Nehru University, New Delhi. She has been exploring roots of the Saptramatrika cult. She has also been writing on contemporary art and visual culture. One of her significant contribution is counted in the book, Towards a New Art History: Studies in Indian Art edited by Parul Dave Mukherji, Shivji K Panikkar and Deeptha Achar.

Rahul Bhattacharya is an independent curator. He is an art critic and writer and was the editor of Art & Deal magazine. He has been curating many exhibitions and residencies across the country. Contemporary performance art is one of his key interest areas.

Moumita Ghosh is a woking artist based in Delhi. She works with children art education and experimented with book making.

Samudra Kajal Saikia has been writing in Assamese periodicals for more than two decades and his repertoire includes cultural criticism, art writing, stories, book reviews, poetry and writings for children. Among the new generation writers he has developed performance text or performance poetry in Assamese language. As a poet he also revived the tradition of rhymes forgotten by the modernist poets, and has written a number of sonnets. He is mostly known for cross genre experimentation, critical insights and black humor in his writings. He has two poetry collections published in Assamese language and one in Bengali. He is also an award winner playwright. 

Srishti Shreyam introduced herself as a story writer in the late 90’s across the Assamese journals and was enlisted as one of the most promising young writers in Satsori Magazine. Her second collection of short stories, ‘Azuhat’ recently got published in Guwahati. She was announcer and news reader in All India Radio and also program manager in news channel DY365. She received a fellowship by Ministry of Culture and currently working a research on Assamese Folktales.