বেছিভাগেই হেৰাল। কিছুমান খনন কাৰ্যত উদ্ধাৰ হৈছে - সমুদ্ৰ কাজল
শইকীয়াৰ দুই দশকৰ গদ্য সম্ভাৰ :
(সুত্ৰধাৰ, সাতসৰী, সম্ভাৰ, সাদিন, অসমীয়া প্ৰতিদিন, আমাৰ অসম,
দৈনিক জনসাধাৰণ, গণ অধিকাৰ আৰু কিবাকিবি লিটিল মেগাজিনত সিচৰিত) *Disclaimer: ৮০ শতাংশই
অখাদ্য।
- ৰ'দ
পাই ৰঙা হ'ল- কেশৱ মহন্তৰ গীত আৰু কবিতা (১৯৯৫)
- আশাপূৰ্ণা
দেবীৰ "প্ৰথম প্ৰতিশ্ৰুতি" (১৯৯৫)
- এবছাৰ্ড:
কেম্যু: অচিন মানুহ (১৯৯৫)
- নিৰ্জন
দ্বীপৰ আত্মাহীন পশু (সূত্ৰধাৰ, ১-১৫ জুলাই, ১৯৯৬)
- সাদৃশ্যৰ
ৰজ্জুত হেমলেট আৰু কাৰণাড, ভাগীৰথীৰ তুগলক (অসমীয়া প্ৰতিদিন, ২৭ জুলাই ১৯৯৭)
- 'অচিন
মানুহ', জীৱনৰ অৰ্থহীনতাৰ ধাৰণা (পূৱালী- ১৬-৩১ ডিচেম্বৰ ১৯৯৭)
- গান
শুনাৰ মধুৰ সময় (আমাৰ অসম, ৩১ মে' ১৯৯৮)
- শব্দ
আৰু সাহিত্যৰ বিৰুদ্ধে এক বিক্ষিপ্ত আলোচনা (সম্ভাৰ, ৮ ছেপ্তেম্বৰ ২০০২)
- চকুৰ
ভাষা, শব্দ আৰু সাহিত্যৰ বিৰুদ্ধে এক বিক্ষিপ্ত আলোচনা (সম্ভাৰ, ১৫ ছেপ্তেম্বৰ
২০০২)
- ৰবীন্দ্ৰ
ভৱনত সূৰ্যৰ ভয় (সম্ভাৰ- ১০ নৱেম্বৰ ২০০২)
- অসমীয়াৰ
চেতনাত কিমান দূৰলৈকে শিপাব পাৰিছে জ্যোতিপ্ৰসাদ (সম্ভাৰ-২৩ জুন ২০০২)
- মেফিষ্টো
(সম্ভাৰ, ৮ ডিচেম্বৰ ২০০২)
- তামোলৰ
ঢকুৱা জোনাকী পৰুৱা (সাদিন, ২৩ আৰু ৩০ মে' ২০০৩)
- মীৰা
আৰু আমি, তাৰ পিছত পৰ্ণব মুখাৰ্জী আৰু আমি (সম্ভাৰ- ৯ মাৰ্চ ২০০৩)
- পেখু
পেখু - এখন বাটৰ নাটৰ কথাৰে (ইত্যাদি, দৈনিক জনসাধাৰণ, ১ জুন ২০০৩)
- আমাৰ
গামোচাখনেও লোককলাতাত্বিক অধ্যয়ণ বিচাৰে (সম্ভাৰ-২১ মাৰ্চ ২০০৩)
- অসমীয়া
গীত মাতেৰে, অসমৰ লোকজীৱনৰ পটভূমিত বঙালী নাটকৰ ত্ৰিল'জী (সম্ভাৰ-৬ এপ্ৰিল ২০০৩)
- অভিযোজনা
ব্যাখ্যা আৰু কলকাতাৰ সম্প্ৰদায়িকতা বিৰোধী সাংস্কৃতিক আন্দোলন (সম্ভাৰ-১৮ মে'
২০০৩)
- জ্যোতিপ্ৰসাদ
মাহপ্ৰসাদ (সম্ভাৰ-২২ জুন ২০০৩)
- প্ৰসংগ:
চিত্ৰপট (সম্ভাৰ- ১৩ জুলাই ২০০৩)
- অসমত
লোককলা অধ্যয়ণ (সম্ভাৰ-১৪ ছেপ্তেম্বৰ ২০০৩)
- শিল্পকলাৰ
ৰসাস্বাদন (আমাৰ অসম, শাৰদ সমগ্ৰ, ২০০৩)
- আমি
আৰ্ট বুজি নাপাওঁ কিয় (দৈনিক জনসধাৰণ, শৰৎ সাহিত্য, ২০০৩)
- ইনষ্টলেশ্যন
আৰু কাৰেঙৰ লিগিৰী (ইত্যাদি, দৈনিক জনসাধাৰণ, ২৬ অক্টোবৰ ২০০৩)
- সাহিত্যৰ
পৰিৱৰ্তে নাটক শিল্প হওক (সম্ভাৰ- অক্টোবৰ ২০০৩)
- পেখু
পেখু (ইত্যদি, দৈনিক জনসাধাৰণ, ২৩ নৱেম্বৰ, ২০০৩)
- পৰ্ণব
মুখাৰ্জীৰ অভিনৱ নাট্য প্ৰযোজনা (সম্ভাৰ- ২২ ফেব্ৰুৱাৰী ২০০৪)
- আঁচুফুল
(সম্ভাৰ-২৮ মাৰ্চ ২০০৪)
- ভিক্তোৰিয়া
সংগ্ৰহশালাত সাম্প্ৰতিক চীনদেশৰ তৈলচিত্ৰ প্ৰদৰ্শনী (সম্ভাৰ-৩০ মে' ২০০৪)
- নতুন
দিল্লীৰ ললিত কলা একাডেমীৰ ৰবীন্দ্ৰ ভৱনত পাঁচখন শিল্প প্ৰদৰ্শনী (সম্ভাৰ-২ মে'
২০০৪)
- কল্যাণী
নাট্যচৰ্চ কেন্দ্ৰৰ "খোৱাবনামা" (সম্ভাৰ- ?)
- ৰবীন্দ্ৰভৱনত
কথাৰ "মমৰ ঘৰ" (সম্ভাৰ- ?)
- যাত্ৰাপথৰ
অভিজ্ঞতা (সম্ভাৰ- ১২ জুন ২০০৫)
- থিয়েটাৰৰ
অধিকাৰ- এদিন এটি সম্বৰ্ধনা আয়োজনত ফেদেৰিকো গাৰ্থিয়া লৰকাই কোৱা কথাবোৰ (সম্ভাৰ,
১০ জুলাই ২০০৫)
- তোমাৰ
নাম (সম্ভাৰ- ৯ অক্টোবৰ, ২০০৫)
- কবিতাই
যেতিয়া নাটকৰ ৰূপ লয় (সম্ভাৰ- ২৫ চেপ্তেম্বৰ ২০০৫)
- পুতলাৰ
কথা (অসমীয়া প্ৰতিদিন, শৰৎ সম্ভাৰ, ২০০৫)
- বিনোদবিহাৰী
মুখোপাধ্যায়ৰ জীৱন-জিজ্ঞাসা- 'মই আজি পোহৰৰ জগতত অন্ধকাৰৰ প্ৰতিনিধি' (অসমীয়া
প্ৰতিদিন, ২০০৫)
- বিহপুৰীয়াত
ৰাধা নৈ পানী (সম্ভাৰ, ২০০৫)
- দূৰণিৰ কোনোবাখিনিত - ৰবীন্দ্ৰনাথৰ এখন নিসৰ্গ চিত্ৰ
(সাতসৰী, ১-১৫ ডিচেম্বৰ, ২০০৬, পৃ-৩)
- প্রাচীণ ভাৰতীয় গুহাবোৰত থকা
কৈলাশ কঁপোৱা ৰাৱণৰ প্রস্তৰ মূর্তি (২০০৬, অপ্ৰকাশিত)
- কাক
ক'ম কোনে পতিয়াব - দুলাল ৰয়ৰ আয়োনেস্কো (সম্ভাৰ, ২৭ আগষ্ট, ২০০৬)
- সহজ কথাৰে বাস্তৱতাৰ সংজ্ঞা নিৰূপণৰ চেষ্টা (সাতসৰী,
১-১৫ জানুৱাৰী, ২০০৬)
- বিষয় - বাস্তৱতা (সাতসৰী, ১৬-৩০ জুন, ২০০৬)
- ডন কিখোটেৰ
চাৰিশ বছৰীয়া জয়ন্তীঃ অন্য এজন কিখোটে অ'নৰে ডমিয়েৰ (সাতসৰী, দ্বিতীয় বছৰ
পঞ্চম সঙ্খ্যা, ১-১৫ অক্টোবৰ ২০০৬, পৃ। ৩২)
- অ’ আমাৰ জাহ্নু বৰুৱা (অসমীয়া প্ৰতিদিন, ২৪ আগষ্ট,
২০০৮)
- লুইতৰে পানী যাবি অ’ বৈ (অসমীয়া প্ৰতিদিন, ৭ চেপ্তেম্বৰ, ২০০৮)
- ঘুনুচাই নাচিব লাগিলে মেঘে
ওন্দোলাই আনিব (অসমীয়া প্ৰতিদিন, ২৭ জুলাই, ২০০৮)
- নির্বাসিত অভিনেতা, নির্বাসিত দর্শক (অসমীয়া প্ৰতিদিন,
১৩, ২০, ২৭ চেপ্তেম্বৰ, ২০০৯)
- প্রাত্যহিকতাৰ কল্পৰূপ - অসমীয়া
একাঙ্কিকা নাটকৰ প্রতিশ্রুতি আৰু ব্যর্থতা (বীণাপাণি নাট্য সমাজৰ স্মৰণিকা, চেপ্তেম্বৰ,
২০০৯, সাতসৰী, ২০০৯)
- বৌদ্ধিক অনীহা নান্দনিক ঔদাসিন্য
(অসমীয়া বৌদ্ধিক চর্চাত দেখা পোৱা কিছুমান আহুকাল) (প্রথম খণ্ড) (গণ অধিকাৰ,
২৭ মাৰ্চ ২০১১)
- বৌদ্ধিক অনীহা নান্দনিক ঔদাসিন্য
(অসমীয়া বৌদ্ধিক চর্চাত দেখা পোৱা কিছুমান আহুকাল) (দ্বিতীয় খণ্ড) (গণ অধিকাৰ,
এপ্ৰিল, ২০১১)
- সলিল সমাধিস্থ উপত্যকাৰ গান ১ (গণ অধিকাৰ, ২০১১)
- সলিল সমাধিস্থ উপত্যকাৰ গান ২ (গণ অধিকাৰ, ২০১১)
- কাণখোৱাৰ ঘৰৰ ইতিবৃত্ত (সাদিন,
২১ অক্টোবৰ ২০১১)
- এবাৰ কৰি দলিয়াই পেলাব পৰা
থিয়েটাৰঃ ডিচপোজেবল থিয়েটাৰ (সাদিন, ৪ নবেম্বৰ, ২০১১)
- আধুনিকতাবাদৰ আইক'ন'গ্রাফাৰ
(সাহিত্য ডট অৰ্গ, সম্পাদকীয়, ডিচেম্বৰ ২০১১)
- সদৌ অসম সূর্য বৰা সোঁৱৰণী
একাঙ্ক নাট প্রতিযোগিতাৰ পঞ্চদশ বর্ষপূর্তিৰ মুহূর্তত সম্ভাৱনা, প্রতিশ্রুতি আৰু
প্রত্যাশা – অলপমান ভৱিষ্যতমূখী চিন্তা (আৰিয়া, ২০১১)
- ষড়দ্রষ্টা - বিভিন্ন স্থান-কালৰ
পৰিপ্রেক্ষিতত- ছয় প্রকাৰৰ দ্রষ্টা বা দর্শকৰ সংজ্ঞা নিৰূপণৰ প্রয়াস (২০১১,
কলসমন্বয় ২০১৪)
- পাব্লিক আর্ট কি? অসমৰ শিল্পচর্চাৰ
ডুখৰীয়া চিন আৰু পাব্লিক আর্টৰ প্রাসঙ্গিকতা (প্রথম খণ্ড) (সাদিন, ৪ নৱেম্বৰ ২০১১)
- অসমৰ সমস্যা কি? অসমৰ শিল্পচর্চাৰ
ডুখৰীয়া চিন আৰু পাব্লিক আর্টৰ প্রাসঙ্গিকতা (দ্বিতীয় খণ্ড) (সাদিন, ৬ জানুৱাৰী
২০১২)
- নীলপৱন (চাতক,২০১৩)
- ছন্দ মর্ম আৰু চনেটৰ দেহবিচাৰ
(সহিত্য ডট অৰ্গ, ২০১৩)
- অসমীয়া লোকসঙ্গীতৰ পোষ্টমর্টেম
(সহিত্য ডট অৰ্গ, ২০১৩)
- নাটকৰ কথা, শিশুনাট আৰু আমাৰ
অনুভৱ... ইত্যাদি (নৱেম্বৰ ২০১৩)
- কৃতি আৰু প্ৰত্যাশা - এমুঠি
নতুন কবিৰ কবিতা (আখৰুৱা, অক্টোবৰ, ২০১৩)
- পেলেষ্টাইনৰ প্ৰতি সহমৰ্মিতাৰে
শিল্প-কণ্ঠ- দিল্লীত সাংস্কৃতিক প্ৰতিবাদ (সাদিন, ১৫ আগষ্ট ২০১৪)
- বেজবৰুৱাৰ ঢাকোন উদঙাই পঁইতা
ভাত খাওঁ (পদ্ধতিগত অভিলেখন সম্পৰ্কীয় এটা টোকা) (চেপ্তেম্বৰ ২০১৪, সহিত্য ডট
অৰ্গ)
- যি শিল্পত "হাতেৰে নুচুব"
বুলি লেখা নাথাকে... কুশলী শিল্পী বেণু মিশ্ৰ সম্পৰ্কে যৎকিঞ্চিত (চাতক, ২২ নবেম্বৰ
২০১৫)
- কা মেইখাৰ ঘৰ আৰু ঘৰৰ দাৰ্শনিক
মৰ্ম (সাতসৰী, ডিচেম্বৰ ২০১৪)
- ধাৰলৈ অনা অলপ হালধীয়া:The
Rabha Pluarility (জানুৱাৰী ২০১৬, ব্লগ)
- কবিৰ ব'ৰ্ডাৰলাইন পাৰ্ছনেলিটি
ডিজৰ্ডাৰ আৰু আধুনিকতাবাদৰ পুহকৰ (জুলাই ২০১৬, ব্লগ)
- সুজাতা- ৰামকিংকৰ বেইজৰ সুজাতা
(মুক্তচিন্তা, আগষ্ট ২০১৬)
- ফৰ্ম আৰু কণ্টেন্ট (পাঠ - ১)
(চেপ্তেম্বৰ, ২০১৬, ব্লগ)
No comments:
Post a Comment