ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Sunday, October 9, 2016

প্ৰকাশিত অপ্ৰকাশিত লেখাৰ তালিকা ১

বেছিভাগেই হেৰাল। কিছুমান খনন কাৰ্যত উদ্ধাৰ হৈছে - সমুদ্ৰ কাজল শইকীয়াৰ দুই দশকৰ গদ্য সম্ভাৰ :
(সুত্ৰধাৰ, সাতসৰী, সম্ভাৰ, সাদিন, অসমীয়া প্ৰতিদিন, আমাৰ অসম, দৈনিক জনসাধাৰণ, গণ অধিকাৰ আৰু কিবাকিবি লিটিল মেগাজিনত সিচৰিত) *Disclaimer: ৮০ শতাংশই অখাদ্য।
  1. ৰ'দ পাই ৰঙা হ'ল- কেশৱ মহন্তৰ গীত আৰু কবিতা (১৯৯৫)
  2. আশাপূৰ্ণা দেবীৰ "প্ৰথম প্ৰতিশ্ৰুতি" (১৯৯৫)
  3. এবছাৰ্ড: কেম্যু: অচিন মানুহ (১৯৯৫)
  4. নিৰ্জন দ্বীপৰ আত্মাহীন পশু (সূত্ৰধাৰ, ১-১৫ জুলাই, ১৯৯৬)
  5. সাদৃশ্যৰ ৰজ্জুত হেমলেট আৰু কাৰণাড, ভাগীৰথীৰ তুগলক (অসমীয়া প্ৰতিদিন, ২৭ জুলাই ১৯৯৭)
  6. 'অচিন মানুহ', জীৱনৰ অৰ্থহীনতাৰ ধাৰণা (পূৱালী- ১৬-৩১ ডিচেম্বৰ ১৯৯৭)
  7. গান শুনাৰ মধুৰ সময় (আমাৰ অসম, ৩১ মে' ১৯৯৮)
  8. শব্দ আৰু সাহিত্যৰ বিৰুদ্ধে এক বিক্ষিপ্ত আলোচনা (সম্ভাৰ, ৮ ছেপ্তেম্বৰ ২০০২)
  9. চকুৰ ভাষা, শব্দ আৰু সাহিত্যৰ বিৰুদ্ধে এক বিক্ষিপ্ত আলোচনা (সম্ভাৰ, ১৫ ছেপ্তেম্বৰ ২০০২)
  10. ৰবীন্দ্ৰ ভৱনত সূৰ্যৰ ভয় (সম্ভাৰ- ১০ নৱেম্বৰ ২০০২)
  11. অসমীয়াৰ চেতনাত কিমান দূৰলৈকে শিপাব পাৰিছে জ্যোতিপ্ৰসাদ (সম্ভাৰ-২৩ জুন ২০০২)
  12. মেফিষ্টো (সম্ভাৰ, ৮ ডিচেম্বৰ ২০০২)
  13. তামোলৰ ঢকুৱা জোনাকী পৰুৱা (সাদিন, ২৩ আৰু ৩০ মে' ২০০৩)
  14. মীৰা আৰু আমি, তাৰ পিছত পৰ্ণব মুখাৰ্জী আৰু আমি (সম্ভাৰ- ৯ মাৰ্চ ২০০৩)
  15. পেখু পেখু - এখন বাটৰ নাটৰ কথাৰে (ইত্যাদি, দৈনিক জনসাধাৰণ, ১ জুন ২০০৩)
  16. আমাৰ গামোচাখনেও লোককলাতাত্বিক অধ্যয়ণ বিচাৰে (সম্ভাৰ-২১ মাৰ্চ ২০০৩)
  17. অসমীয়া গীত মাতেৰে, অসমৰ লোকজীৱনৰ পটভূমিত বঙালী নাটকৰ ত্ৰিল'জী (সম্ভাৰ-৬ এপ্ৰিল ২০০৩)
  18. অভিযোজনা ব্যাখ্যা আৰু কলকাতাৰ সম্প্ৰদায়িকতা বিৰোধী সাংস্কৃতিক আন্দোলন (সম্ভাৰ-১৮ মে' ২০০৩)
  19. জ্যোতিপ্ৰসাদ মাহপ্ৰসাদ (সম্ভাৰ-২২ জুন ২০০৩)
  20. প্ৰসংগ: চিত্ৰপট (সম্ভাৰ- ১৩ জুলাই ২০০৩)
  21. অসমত লোককলা অধ্যয়ণ (সম্ভাৰ-১৪ ছেপ্তেম্বৰ ২০০৩)
  22. শিল্পকলাৰ ৰসাস্বাদন (আমাৰ অসম, শাৰদ সমগ্ৰ, ২০০৩)
  23. আমি আৰ্ট বুজি নাপাওঁ কিয় (দৈনিক জনসধাৰণ, শৰৎ সাহিত্য, ২০০৩)
  24. ইনষ্টলেশ্যন আৰু কাৰেঙৰ লিগিৰী (ইত্যাদি, দৈনিক জনসাধাৰণ, ২৬ অক্টোবৰ ২০০৩)
  25. সাহিত্যৰ পৰিৱৰ্তে নাটক শিল্প হওক (সম্ভাৰ- অক্টোবৰ ২০০৩)
  26. পেখু পেখু (ইত্যদি, দৈনিক জনসাধাৰণ, ২৩ নৱেম্বৰ, ২০০৩)
  27. পৰ্ণব মুখাৰ্জীৰ অভিনৱ নাট্য প্ৰযোজনা (সম্ভাৰ- ২২ ফেব্ৰুৱাৰী ২০০৪)
  28. আঁচুফুল (সম্ভাৰ-২৮ মাৰ্চ ২০০৪)
  29. ভিক্তোৰিয়া সংগ্ৰহশালাত সাম্প্ৰতিক চীনদেশৰ তৈলচিত্ৰ প্ৰদৰ্শনী (সম্ভাৰ-৩০ মে' ২০০৪)
  30. নতুন দিল্লীৰ ললিত কলা একাডেমীৰ ৰবীন্দ্ৰ ভৱনত পাঁচখন শিল্প প্ৰদৰ্শনী (সম্ভাৰ-২ মে' ২০০৪)
  31. কল্যাণী নাট্যচৰ্চ কেন্দ্ৰৰ "খোৱাবনামা" (সম্ভাৰ- ?)
  32. ৰবীন্দ্ৰভৱনত কথাৰ "মমৰ ঘৰ" (সম্ভাৰ- ?)
  33. যাত্ৰাপথৰ অভিজ্ঞতা (সম্ভাৰ- ১২ জুন ২০০৫)
  34. থিয়েটাৰৰ অধিকাৰ- এদিন এটি সম্বৰ্ধনা আয়োজনত ফেদেৰিকো গাৰ্থিয়া লৰকাই কোৱা কথাবোৰ (সম্ভাৰ, ১০ জুলাই ২০০৫)
  35. তোমাৰ নাম (সম্ভাৰ- ৯ অক্টোবৰ, ২০০৫)
  36. কবিতাই যেতিয়া নাটকৰ ৰূপ লয় (সম্ভাৰ- ২৫ চেপ্তেম্বৰ ২০০৫)
  37. পুতলাৰ কথা (অসমীয়া প্ৰতিদিন, শৰৎ সম্ভাৰ, ২০০৫)
  38. বিনোদবিহাৰী মুখোপাধ্যায়ৰ জীৱন-জিজ্ঞাসা- 'মই আজি পোহৰৰ জগতত অন্ধকাৰৰ প্ৰতিনিধি' (অসমীয়া প্ৰতিদিন, ২০০৫)
  39. বিহপুৰীয়াত ৰাধা নৈ পানী (সম্ভাৰ, ২০০৫)
  40. দূৰণিৰ কোনোবাখিনিত - ৰবীন্দ্ৰনাথৰ এখন নিসৰ্গ চিত্ৰ (সাতসৰী, ১-১৫ ডিচেম্বৰ, ২০০৬, পৃ-৩)
  41. প্রাচীণ ভাৰতীয় গুহাবোৰত থকা কৈলাশ কঁপোৱা ৰাৱণৰ প্রস্তৰ মূর্তি (২০০৬, অপ্ৰকাশিত)
  42. কাক ক'ম কোনে পতিয়াব - দুলাল ৰয়ৰ আয়োনেস্কো (সম্ভাৰ, ২৭ আগষ্ট, ২০০৬)
  43. সহজ কথাৰে বাস্তৱতাৰ সংজ্ঞা নিৰূপণৰ চেষ্টা (সাতসৰী, ১-১৫ জানুৱাৰী, ২০০৬)
  44. বিষয় - বাস্তৱতা (সাতসৰী, ১৬-৩০ জুন, ২০০৬)
  45. ডন কিখোটেৰ চাৰিশ বছৰীয়া জয়ন্তীঃ অন্য এজন কিখোটে অ'নৰে ডমিয়েৰ (সাতসৰী, দ্বিতীয় বছৰ পঞ্চম সঙ্খ্যা, ১-১৫ অক্টোবৰ ২০০৬, পৃ। ৩২)
  46. আমাৰ জাহ্নু বৰুৱা (অসমীয়া প্ৰতিদিন, ২৪ আগষ্ট, ২০০৮)
  47. লুইতৰে পানী যাবি অ বৈ (অসমীয়া প্ৰতিদিন, ৭ চেপ্তেম্বৰ, ২০০৮)
  48. ঘুনুচাই নাচিব লাগিলে মেঘে ওন্দোলাই আনিব (অসমীয়া প্ৰতিদিন, ২৭ জুলাই, ২০০৮)
  49. নির্বাসিত অভিনেতা, নির্বাসিত দর্শক (অসমীয়া প্ৰতিদিন, ১৩, ২০, ২৭ চেপ্তেম্বৰ, ২০০৯)
  50. প্রাত্যহিকতাৰ কল্পৰূপ - অসমীয়া একাঙ্কিকা নাটকৰ প্রতিশ্রুতি আৰু ব্যর্থতা (বীণাপাণি নাট্য সমাজৰ স্মৰণিকা, চেপ্তেম্বৰ, ২০০৯, সাতসৰী, ২০০৯)
  51. বৌদ্ধিক অনীহা নান্দনিক ঔদাসিন্য (অসমীয়া বৌদ্ধিক চর্চাত দেখা পোৱা কিছুমান আহুকাল) (প্রথম খণ্ড) (গণ অধিকাৰ, ২৭ মাৰ্চ ২০১১)
  52. বৌদ্ধিক অনীহা নান্দনিক ঔদাসিন্য (অসমীয়া বৌদ্ধিক চর্চাত দেখা পোৱা কিছুমান আহুকাল) (দ্বিতীয় খণ্ড) (গণ অধিকাৰ, এপ্ৰিল, ২০১১)
  53. সলিল সমাধিস্থ উপত্যকাৰ গান ১ (গণ অধিকাৰ, ২০১১)
  54. সলিল সমাধিস্থ উপত্যকাৰ গান ২ (গণ অধিকাৰ, ২০১১)
  55. কাণখোৱাৰ ঘৰৰ ইতিবৃত্ত (সাদিন, ২১ অক্টোবৰ ২০১১)
  56. এবাৰ কৰি দলিয়াই পেলাব পৰা থিয়েটাৰঃ ডিচপোজেবল থিয়েটাৰ (সাদিন, ৪ নবেম্বৰ, ২০১১)
  57. আধুনিকতাবাদৰ আইক'ন'গ্রাফাৰ (সাহিত্য ডট অৰ্গ, সম্পাদকীয়, ডিচেম্বৰ ২০১১)
  58. সদৌ অসম সূর্য বৰা সোঁৱৰণী একাঙ্ক নাট প্রতিযোগিতাৰ পঞ্চদশ বর্ষপূর্তিৰ মুহূর্তত সম্ভাৱনা, প্রতিশ্রুতি আৰু প্রত্যাশা – অলপমান ভৱিষ্যতমূখী চিন্তা (আৰিয়া, ২০১১)
  59. ষড়দ্রষ্টা - বিভিন্ন স্থান-কালৰ পৰিপ্রেক্ষিতত- ছয় প্রকাৰৰ দ্রষ্টা বা দর্শকৰ সংজ্ঞা নিৰূপণৰ প্রয়াস (২০১১, কলসমন্বয় ২০১৪)  
  60. পাব্লিক আর্ট কি? অসমৰ শিল্পচর্চাৰ ডুখৰীয়া চিন আৰু পাব্লিক আর্টৰ প্রাসঙ্গিকতা (প্রথম খণ্ড) (সাদিন, ৪ নৱেম্বৰ ২০১১)
  61. অসমৰ সমস্যা কি? অসমৰ শিল্পচর্চাৰ ডুখৰীয়া চিন আৰু পাব্লিক আর্টৰ প্রাসঙ্গিকতা (দ্বিতীয় খণ্ড) (সাদিন, ৬ জানুৱাৰী ২০১২)
  62. নীলপৱন (চাতক,২০১৩)
  63. ছন্দ মর্ম আৰু চনেটৰ দেহবিচাৰ (সহিত্য ডট অৰ্গ, ২০১৩)
  64. অসমীয়া লোকসঙ্গীতৰ পোষ্টমর্টেম (সহিত্য ডট অৰ্গ, ২০১৩)
  65. নাটকৰ কথা, শিশুনাট আৰু আমাৰ অনুভৱ... ইত্যাদি (নৱেম্বৰ ২০১৩)
  66. কৃতি আৰু প্ৰত্যাশা - এমুঠি নতুন কবিৰ কবিতা (আখৰুৱা, অক্টোবৰ, ২০১৩)
  67. পেলেষ্টাইনৰ প্ৰতি সহমৰ্মিতাৰে শিল্প-কণ্ঠ- দিল্লীত সাংস্কৃতিক প্ৰতিবাদ (সাদিন, ১৫ আগষ্ট ২০১৪)
  68. বেজবৰুৱাৰ ঢাকোন উদঙাই পঁইতা ভাত খাওঁ (পদ্ধতিগত অভিলেখন সম্পৰ্কীয় এটা টোকা) (চেপ্তেম্বৰ ২০১৪, সহিত্য ডট অৰ্গ)
  69. যি শিল্পত "হাতেৰে নুচুব" বুলি লেখা নাথাকে... কুশলী শিল্পী বেণু মিশ্ৰ সম্পৰ্কে যৎকিঞ্চিত (চাতক, ২২ নবেম্বৰ ২০১৫)
  70. কা মেইখাৰ ঘৰ আৰু ঘৰৰ দাৰ্শনিক মৰ্ম (সাতসৰী, ডিচেম্বৰ ২০১৪)
  71. ধাৰলৈ অনা অলপ হালধীয়া:The Rabha Pluarility (জানুৱাৰী ২০১৬, ব্লগ)
  72. কবিৰ ব'ৰ্ডাৰলাইন পাৰ্ছনেলিটি ডিজৰ্ডাৰ আৰু আধুনিকতাবাদৰ পুহকৰ (জুলাই ২০১৬, ব্লগ)
  73. সুজাতা- ৰামকিংকৰ বেইজৰ সুজাতা (মুক্তচিন্তা, আগষ্ট ২০১৬)
  74. ফৰ্ম আৰু কণ্টেন্ট (পাঠ - ১) (চেপ্তেম্বৰ, ২০১৬, ব্লগ)
 

No comments: