ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Sunday, August 6, 2017

সমুদ্ৰ কাজল শইকীয়াৰ গ্ৰন্থপঞ্জী

  1. এজনী উলংগ ছোৱালী [উপন্যাস, অসমীয়া]
  2. কলমুৱা [উপন্যাস, অসমীয়া]
  3. ঘটোৎকচ [গল্প সংকলন, অসমীয়া] 
  1. Persistence of Memory [Performance Art in India, Research Book, ইংৰাজী] 
  2. The Knights of La Mancha [3D Graphic Novel, ইংৰাজী]
  3. My Grandfather's Chair [Illustrated Story Book, ইংৰাজী]
  4. Where Have the Ghosts Gone [Illustrated Story Book, ইংৰাজী]
  5. Ravana Katha [Performance Text, ইংৰাজী]
  6. Body House of an Actor [Artist's Book, Illustrated Performance Poetry, ইংৰাজী]
  7. House Digest [Artist's Book, Disposable House Catelogue, বহুভাষিক]
  8. The House of Tortoise [Illustrated Story Book, ইংৰাজী]
  9. Public and Private [Illustrated Artist's Book, ইংৰাজী]
  10. Noorie and Others [Illustrated Story Book, Collaborative, ইংৰাজী] 
  1. তবুও [কবিতা, বঙালী]
  2. হাসুন ৰাজাৰ গল্প [শিশু-সাহিত্য, বঙালী]
  3. গোল এবং গণ্ডগোল [শিশু-সাহিত্য, বঙালী]
  4. কেমন ক'ৰে অপু আবাৰ একা হলো [শিশু-সাহিত্য, বঙালী]
  5. দিনলিপি [illustrated poems, collaborative, বঙালী] 
  1. এটা পেচাবগাৰৰ এশ বছৰ [সমসাময়িক শিল্পকলা, শিল্পকলাৰ ৰসাস্বাদন, অসমীয়া]
  2. তামোলৰ ঢকুৱা, জোনাকী পৰুৱা [Cultural Criticism, অসমীয়া]
  3. কাণখোৱাৰ হাতপুথি [শিল্প-সাহিত্য-সংস্কৃতিৰ কৰ্মীসকলৰ বাবে হাতপুথি, অসমীয়া]
  4. নিৰ্ঘণ্ট [সমালোচনা, অসমীয়া পৰিভাষা সংকলন, অসমীয়া]
  5. নিৰ্ঘণ্ট সমীক্ষা [সমালোচনা, অসমীয়া পৰিভাষা সংকলন, অসমীয়া]
  6. অসমীয়া গীত, সংগীত আৰু ব্যক্তিনিষ্ঠা(Subjectivity)-ৰ ইতিহাস [Cultural Criticism, অসমীয়া] 
  1. মোৰ ককাদেউতাৰ চকীখন [শিশু সাহিত্য, Illustrated Story Book, অসমীয়া]
  2. ভূতবোৰ ক'লৈ গ'ল [শিশু সাহিত্য, Illustrated Story Book, অসমীয়া]
  3. অভিনেতাৰ দেহ-ঘৰ [Artist's Book, Illustrated Performance Poetry, অসমীয়া]
  4. কাছৰ ঘৰ [Illustrated Story Book, অসমীয়া] 
  1. মৰুৱা ফুল [একাংকিকা নাটকৰ সংকলন, অসমীয়া]
  2. মকৰাজালত গছৰ শুকান পাত এখিলা ওলমি আছে [চেমনীয়াৰ একাংকিকা নাটকৰ সংকলন, অসমীয়া]
  3. সৎ আৰু অসতৰ মাজত [Disposable Theatre Texts, অসমীয়া] 
  1. হুঁ [কবিতা, অসমীয়া]
  2. কাণখোৱাৰ ঘৰ [কবিতা, অসমীয়া]
  3. ৰাৱণ কথা [Performance Poetry, অসমীয়া]
  4. ডিছপোজেবল সূৰ্য আৰু অন্যান্য পদ্য [কবিতা, অসমীয়া]
  5. আদৌ দৌ [কবিতা, অসমীয়া]
  6. চৈধ্য ভূৱনৰ চৌধুৰী [চনেট কবিতা, অসমীয়া] 
  1. আলখাল্লা [চুফি কবিতাৰ অনুবাদ, অসমীয়া]
  2. বাৰমাহী [কবিতা, অনুবাদ, অসমীয়া]
  3. এন্ধাৰে গৰকা দিনৰ কবিতা [কবিতা, অনুবাদ, অসমীয়া]
  4. OTS : Over the Shoulder [আত্মজীৱনীমূলক]

[আৰু আছে...]


No comments: